লখিমপুৰৰ কে বি ৰোডত ভয়ংকৰ ডকাইটি কাণ্ড, লুটি নিলে ৩০লাখ টকাৰ সামগ্ৰী

 


লখিমপুৰৰ কে বি ৰোডত ভয়ংকৰ ডকাইটি কাণ্ড ৷ঘৰৰ মালিকক বান্ধি পিস্তল দেখুৱাই ডকাইটে লুট কৰিলে নগদ ধন সহ প্ৰায় ত্ৰিশ লাখ টকাৰ সামগ্ৰী ৷জাকিৰ হুছেইন নামৰ লোকজনৰ ঘৰত এই ডকাইটি কাণ্ড ৷

সন্ধিয়া আঠ বজাত ডকাইতিৰ ঘটনা সংঘটিত হয় ৷উল্লেখযোগ্য লখিমপুৰ চহৰৰ মুল পুলিচ পইন্টৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত এই ঘটনা সংঘটিত হয় ৷ব্যস্ততাপূৰ্ণ চহৰত ফূট গধুলীতে সংঘটিত এই ডকাইতি কাণ্ডই আৰক্ষীৰ জনতাৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে ৷

Post a Comment

0 Comments