বৃহস্পতিবাৰে ৰাজ্যখনৰ ৭৯২৯ জন লোক Corona Virus ত আক্ৰান্ত হয়। দিনটোত ৬১,৩৫৯ জন লোকৰ Covid Test কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ১২.৯২ শতাংশ।
অসমত অব্যাহত আছে Covid-19ৰ সংহাৰ। বৃহস্পতিবাৰে ৰাজ্যখনৰ ৭৯২৯ জন লোক Corona Virus ত আক্ৰান্ত হয়। দিনটোত ৬১,৩৫৯ জন লোকৰ Covid Test কৰা হৈছিল আৰু আক্ৰান্তৰ হাৰ হৈছে ১২.৯২ শতাংশ।
বিগত ২৪ ঘণ্টাত অসমত ১২ জন Covid আক্ৰান্ত লোকৰ মৃত্যু হয়। আনহাতে ৰাজ্যখনত
কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ হৈছে ৯২.৮১ শতাংশ। দিনটোত সৰ্বাধিক লোক
আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত।বৃহস্পতিবাৰে জিলাখনৰ ১৭১৬ জন লোক এই
ভাইৰাছত আক্ৰান্ত হয়।
0 Comments