Covid-19 in Assam: ৰাজ্যত মঙলবাৰৰ দিনটোত Covid-19ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৪,১৮৯ জন লোক Corona Virusত আক্ৰান্ত হয়। দিনটোত আক্ৰান্তৰ হাৰ আছিল ৯.৬১ শতাংশ। ৰাজ্যত মঙলবাৰৰ দিনটোত Covid-19ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৪,১৮৯ জন লোক Corona Virusত আক্ৰান্ত হয়। দিনটোত আক্ৰান্তৰ হাৰ আছিল ৯.৬১ শতাংশ।
Summary of 25/01/2022
Today’s Total 4189
Overall Positivity Percentage (4189 cases out of 43,587 test done = 9.61%)
Kamrup(M) 998
Death 19
Recovery Rate 93.00%
মঙলবাৰে ৪৩,৫৮৭ জন লোকৰ Covid Test কৰা হয়। আনহাতে বিগত ২৪ ঘণ্টাত কোভিডে প্ৰাণ ল'লে ১৯ জন লোকৰ। সম্প্ৰতি ৰাজ্যখনত আৰোগ্য হোৱাৰ হাৰ হৈছে ৯৩ শতাংশ। দিনটোত সৰ্বাধিক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। জিলখনৰ ৯৯৮ জন লোকৰ দেহত ধৰা পৰে Corona Virusৰ অৱস্থিতি।
0 Comments