ধুবুৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া ছহিদুৰ

 


ধুবুৰীত (Dhubri) পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Dhubri Encounter)। গৰু তথা ড্ৰাগছ মাফিয়া ছহিদুৰ ৰহমানলৈ আৰক্ষীৰ গুলীচালনা (Assam Encounter)। নিশা আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ভৰিত গুলীয়াবলৈ বাধ্য হয় মাফিয়াটোক। 

গৰুৰ চোৰাং ব্যৱসায় আৰু ড্ৰাগছৰ গোচৰত অভিযুক্ত ছহিদুৰ ৰহমান। গুলীবিদ্ধ অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয় ত ভৰ্তি ছহিদুৰক। আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Post a Comment

0 Comments