মোহময়ী ক্ৰিকেটাৰ! যিকোনো মডেলকে দিব পাৰে টক্কৰ! প্ৰতিদিনে লাভ কৰিছে প্ৰেমৰ প্ৰস্তাৱ

 


এলিচ পেৰী সম্প্ৰতি অষ্ট্ৰেলিয়াৰ টি২০ দলৰ পৰা বাদ পৰিছে। ফলত হতাশ হৈ পৰিছে অনুৰাগীসকল।এলিচ পেৰী! ক্ৰিকেটাৰ হিচাপে নহয়, বেছিকৈ চৰ্চাত থাকে নিজৰ ৰূপ সৌন্দৰ্যৰ বাবেহে।ক্ৰিকেটাৰগৰাকী ইমানেই ধুনীয়া যে, যিকোনো মডেলকে টক্কৰ দিব পাৰে।১৯৯০ চনৰ ৩ নৱেম্বৰ তাৰিখে এলিচ পেৰীৰ জন্ম হৈছিল। অষ্ট্ৰেলিয়াৰ ছিডনীত জন্ম হৈছিল ক্ৰিকেটৰ এইগৰাকী সুন্দৰীৰ।সকলোতকৈ ডাঙৰ কথা যে, অষ্ট্ৰেলিয়াৰ হৈ ক্ৰিকেটৰ লগতে ফুটবল দলকো প্ৰতিনিধিত্ব কৰে এলিচ পেৰীয়ে।এলিচ পেৰীয়ে অষ্ট্ৰেলিয়াৰ মহিলা দলৰ সৈতে সকলোতকৈ বেছি মেচ খেলাৰ কৃতিত্ব অৰ্জন কৰিছে। এই পৰ্যন্ত ২৫৩খন আন্তৰ্জাতিক মেচ খেলিছে।এলিচ পেৰীয়ে ২০১৫ চনৰ ২০ ডিচেম্বৰত ৰাগবি খেলুৱৈ ম্যাট টমুৱাক বিয়া কৰায়। কিন্তু ২০২০ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।এলিচ পেৰী সম্প্ৰতি অষ্ট্ৰেলিয়াৰ টি২০ দলৰ পৰা বাদ পৰিছে। ফলত হতাশ হৈ পৰিছে অনুৰাগীসকল।

Post a Comment

0 Comments