Googleত ভুলতো ছাৰ্চ নকৰিব এইবোৰ, চিধাই যাব লাগিব জে’ললৈ!

আমি আপোনাক এনে কিছুমান বস্তুৰ কথা ক’ব বিচাৰিছো যিবোৰ গুগলচ ছাৰ্চ কৰিব নালাগে, অন্যথা আপুনি জে’লৰ ভাত খাবলগীয়া হ’ব পাৰে। জানো আহক গুগলত কি ছাৰ্চ কৰিব নালাগে।

যদি আপুনি স্মাৰ্টফোন ব্যৱহাৰ কৰে তেন্তে আপুনি জানে যে গুগল কিমান কামৰ ছাৰ্চ ইঞ্জিন। ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ তথ্য লাভ কৰিব পাৰি। গুগল আমাৰ বাবে অতি প্ৰয়োজনীয় আৰু আটাইতকৈ জনপ্ৰিয় ছাৰ্চ ইঞ্জিন, কিন্তু ইয়াৰ ব্যৱহাৰে আপোনাক জে’ললৈ পঠিয়াবও পাৰে। আচলতে কিছুমান লোকে ভুলতে গুগলত এনে কিছু বিষয় ছাৰ্চ কৰে যিয়ে বিবাদৰ সৃষ্টি কৰে আৰু সেই কৰ্মই তেওঁক জে’ললৈ প্ৰেৰণ কৰিব পাৰে। যদি আপুনিও গুগলত বিভিন্ন তথ্য ছাৰ্চ কৰে তেন্তে আমি আপোনাক এনে কিছুমান বস্তুৰ কথা ক’ব বিচাৰিছো যিবোৰ গুগলচ ছাৰ্চ কৰিব নালাগে, অন্যথা আপুনি জে’লৰ ভাত খাবলগীয়া হ’ব পাৰে। জানো আহক গুগলত কি ছাৰ্চ কৰিব নালাগে।

টেৰৰিজম এক্টিভিটিজ

যদি আপুনি গুগলত প্ৰায়ে টেৰৰিজম এক্টিভিটিজ প্ৰায়ে ছাৰ্চ কৰে তেন্তে এয়া কৰা বন্ধ কৰক। আচলতে দেশৰ চোৰাংচোৱা এজেঞ্চী নিৰাপত্তাক লৈ সতৰ্ক হৈ থাকে আৰু যদি তেওঁলোকে জানিব পাৰে যে এই লোকজনে বাৰম্বাৰ এনে এক্টিভিটিজ ছাৰ্চ কৰি আছে তেন্তে তেওঁলোকৰ সন্দেহ সেই লোকজনৰ ওপৰত হয় আৰু লোকজনৰ বিপদ বাঢ়িব পাৰে। তেওঁ যদি কোনো ভুল কৰাও নাই তথাপি এই কামৰ বাবে তেওঁ জে’ল যাবলগীয়া হ’ব পাৰে।

চাইল্ড পৰ্ণ’গ্ৰাফীক লৈ বিশ্বজুৰি কঠোৰ নিয়ম–কানুুন বনোৱা হৈছে। আপুনি যদি গুগলত এয়া ছাৰ্চ কৰে তেন্তে আপোনাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। যদি আপুনি এনেকুৱা বিষয় ছাৰ্চ কৰে তেন্তে এয়া নকৰিব, কিয়নো আপুনি জে’লৰ ভাত খাবলগীয়া হ’ব পাৰে।

যদি আপুনি গুগলত কোনো ছবি বা কোনো অন্য সামগ্ৰীৰ পাইৰেটেড কণ্টেণ্ট ছাৰ্চ কৰি আছে তেন্তে এয়া কৰা আপোনাৰ বাবে বিপজ্জনক হ’ব পাৰে। গুগলত পাইৰেটেড কণ্টেণ্ট ছাৰ্চ কৰিব নালাগে কিয়নো ইয়াক লৈ কঠোৰ আইন দেশ আৰু বিশ্বজুৰি আছে।

Post a Comment

0 Comments