দিশা পাটানিৰ ইখনৰ পিছত সিখন হট ফটো হৈছে ভাইৰেল, গ্লেমাৰৰ লগতে আছে বোল্ডনেছৰ মছলা

দিশা পাটানিৰ ইখনৰ পিছত সিখন হট ফটো হৈছে ভাইৰেল, গ্লেমাৰৰ লগতে আছে বোল্ডনেছৰ মছলা

দিশা পাটানিয়ে (Disha Patani) নিজৰ আকৰ্ষণীয় শৈলীৰে অনুৰাগীক বলিয়া কৰি তুলিছে। দিশাৰ সৌন্দৰ্যত তেওঁৰ অনুৰাগীসকল মুগ্ধ। দিশা পাটানিয়ে নিজৰ অত্যন্ত সাহসী অৱতাৰ দেখুৱাবলৈ দিনে দিনে ইনষ্টাগ্ৰামত নিজৰ শেহতীয়া ফটোবোৰ শ্বেয়াৰ কৰি থাকে। যোৱা কেইদিনমানৰ পৰা দিশাৰ বহুতো নতুন ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে।

যোৱা কেইদিনমান ধৰি দিশা পাটানিক ইনষ্টাগ্ৰাম একাউণ্টত নিৰন্তৰ বোল্ড ফটো শ্বেয়াৰ কৰা দেখা গৈছে। দিশাৰ এই ছবিবোৰত তেওঁৰ অনুৰাগীসকলে প্ৰচণ্ড প্ৰেমৰ বৰষুণ কৰিছে।এতিয়ালৈকে এই ফটোবোৰত লাখ লাখ লোকে লাইক কৰা দেখা গৈছে। ইয়াৰে কিছুমান ছবিত দিশাক চুইমিং পুলত দেখা গৈছে আন কিছুমানত সাগৰৰ পাৰত পোজ দিয়া দেখা গৈছে।

দিশা পাটানীয়ে (Disha Patani) ২০১৬ চনৰ ছবি 'এম এছ ধোনী: দ্য আনটোল্ড ষ্ট'ৰী'ৰ (MS Dhoni: The Untold Story) জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। 'এম এছ ধোনী: দ্য আনটোল্ড ষ্ট'ৰী' বোলছবিখনত তেওঁৰ বিপৰীতে আছিল স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajpoot)।

Post a Comment

0 Comments