ভাৰতত বিগত ২৪ ঘণ্টাত ৩,৩৭,৭০৪ জন লোক ক'ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। অন্তিম ২৪ ঘণ্টাত প্ৰাণ হেৰুৱায় ৪৮৮ জন লোকে। দিনটত আক্ৰান্তৰ হাৰ হৈছে ১৭.২২ শতাংশ।
ভাৰতত বিগত ২৪ ঘণ্টাত ৩,৩৭,৭০৪ জন লোক ক'ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত
হৈছে। অৱশ্যে আক্ৰান্তৰ সংখ্যা পূৰ্বৰ দিনটোৰ তুলনাত কিছু হ্ৰাস পাইছে।
অন্তিম ২৪ ঘণ্টাত প্ৰাণ হেৰুৱায় ৪৮৮ জন লোকে। দিনটত আক্ৰান্তৰ হাৰ হৈছে
১৭.২২ শতাংশ।
0 Comments