অধিনায়ক পদ এৰিলেও সদায় তেওঁ ‘ৰিয়েল হিৰ

 


ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰখনত এজন খেলুৱৈৰ নাম আমি সদায়ে ল’ব লাগিব। বহু দিগ্বজ দিগ্বজ খেলুৱৈয়ে দেশৰ বাবে বিভিন্ন সময়ত গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতত ক্ৰিকেট আৰম্ভণিৰ পৰা বৰ্তমানলৈ যিসকল খেলুৱৈয়ে দেশৰ হৈ খেলিছে তেওঁলোকে প্ৰতিখন মেচতে নিজৰ কিবা নহয় কিবা এটা অৰিহণা দি থৈ গৈছে। কিন্তু নৱপ্ৰজন্মৰ ক্ৰিকেটাৰসকলৰ বাবে এজন খেলুৱৈৰ নাম সদায় মনত থাকিব। তেওঁ হৈছে বিৰাট কোহলী।

বিৰাট কোহলী এনে এজন খেলুৱৈ যাক লৈ প্ৰতিগৰাকী ভাৰতীয়ই মেচ খেলাৰ সময়ত এক ভাল খেল খেলিব বুলি আশা কৰে। আৰু তেওঁ সেই আশা পূৰণ কৰিবলৈ সক্ষমো হৈছে। বহু অভিলেখ গঢ়ি থৈছে বিৰাট কোহলীয়ে। বিৰাট কোহলীৰ বেটিং, ফিল্ডিঙৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে তেওঁ বহুতেই বেছি ভাল খেলে। এইটোও মানিব লাগিব যে প্ৰতিখন মেচতে কোনো খেলুৱৈয়ে চেঞ্চুৰী কৰিব নোৱাৰে। আৰু তেনেকুৱা বিৰাট কোহলীৰ ক্ষেত্ৰতো বহুবাৰেই হৈছে।

Post a Comment

0 Comments