ছচিয়েল মিডিয়াত ভাইৰেল হোৱা
এই ভিডিঅ’টো পোষ্ট কৰা হৈছে ৱেডনেছডে নেপাল নামৰ এটা ফেচবুক পেজত।
বিভিন্নজনে এই ভিডিঅ’টোত লাইক–কমেণ্ট কৰিছে।
ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ’ ভাইৰেল হৈ থাকে। ইয়াৰ ভিতৰত থাকে
আনন্দৰ ভিডিঅ’, দুখৰ ভিডিঅ’, ইম’চনেল ভিডিঅ’ আদি। সম্প্ৰতি ছচিয়েল মিডিয়াত
এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’ত এখন স্কুলৰ অনুষ্ঠানৰ দৃশ্য
দেখা গৈছে। য’ত কেইগৰাকীমান ছাত্ৰীয়ে নৃত্য কৰিছে। কিন্তু সেই ভিডিঅ’
ভাইৰেল হোৱাৰ আন এটা কাৰণ আছে।
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা সেই নাচৰ
ভিডিঅ’টো বিদ্যালয়ৰ এক নৃত্যৰ অনুষ্ঠানৰ। ভিডিঅ’ত দেখা গৈছে যে নৃত্য
প্ৰতিযোগিতাৰ মঞ্চত ৬গৰাকী ছাত্ৰীয়ে মিনি স্কাৰ্ট পিন্ধি নাচিবলৈ সাজু
হৈছে। মঞ্চৰ সন্মুখত উপস্থিত দৰ্শকে নাচ উপভোগ কৰিবলৈ সাজু হৈছে। নাচিবলৈ
আৰম্ভ কৰাৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনাটো। সকলোৰে চকুৰ সন্মুখতে ভাঙি পৰিল
মঞ্চ। ফলত আটাইকেইগৰাকী ছাত্ৰী মঞ্চৰ পৰা বাগৰি পৰে। ছচিয়েল মিডিয়াত এই
ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল।
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো পোষ্ট কৰা হৈছে ৱেডনেছডে নেপাল
নামৰ এটা ফেচবুক পেজত। বিভিন্নজনে এই ভিডিঅ’টোত লাইক–কমেণ্ট কৰিছে।
0 Comments