কাপোৰ-কানি খুলি মালিচৰ বাবে সাজু হৈছিল বৃদ্ধ, থাই যুৱতীয়ে হাত লগোৱাৰ পিছতে পৰিল মৃত্যুমুখত!

 


থাইলেণ্ড পৰ্যটকসকলৰ মাজত অন্যতম বিখ্যাত স্থান। পৃথিৱীৰ প্ৰায়ভাগ দেশৰে লোকে পৰ্যটন সুখৰ বাবে ইয়ালৈ আহে। নদ-নদী, জুৰি আদি প্ৰাকতিক শোভাৰে ভৰপূৰ থাইলেণ্ড মাছাছ পাৰ্লাৰবোৰৰ ( massage parlour) বাবেও বিখ্যাত। এনে প্ৰাপ্তবয়স্ক শৈলীৰ মাছাছ পাৰ্লাৰৰ সুবিধা উপভোগ কৰিবলৈ অহা এগৰাকী লোকৰ হঠাতে হোৱা মৃত্যুই  সকলোকে হতবাক কৰি তুলিছে।

তথ্য অনুসৰি, ৭০ বছৰীয়া বৃদ্ধজন ব্ৰিটেইনৰ আছিল। তেওঁ ইউকেৰ পৰা থাইলেণ্ডৰ পাটায়ালৈ বন্ধ উদযাপনৰ বাবে গৈছিল। তাত তেওঁ এখন মাছাছ পাৰ্লাৰলৈ যোৱাৰ সিদ্ধান্ত লৈ হেপ্পী এণ্ডিং নামৰ এটা মাছাছ পাৰ্লাৰ বুকিং কৰে। তালৈ যোৱাৰ পিছত তেওঁক কাপোৰ খুলি বিছনাত শুবলৈ কোৱা হৈছিল। সেইমতে মালিচ কৰা ছোৱালীজনীয়ে গৈ তেওঁক সেৱা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু যেতিয়া ছোৱালীজনীয়ে তেওঁক ঘূৰিবলৈ কৈছিল, কোনো সঁহাৰি দিয়া নাছিল। পৰীক্ষা কৰাৰ পিছত দেখা গৈছিল যে তেওঁ মৃত (old man dies naked in massage parlour)।

Post a Comment

0 Comments