ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ। ডিব্ৰুগড়ত বিগত দিনকেইটাত ব্যাপক হাৰত সংক্ৰমিত হৈছে কোভিড-১৯। ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালিকা কৃষ্ণা কেম্প্ৰাই কোভিডত আক্ৰান্ত হৈছে।
আনহাতে ডিব্ৰুগড় জিলা ও সত্ৰ নায়াধীশ আদালতৰ দণ্ডাধীশ, কৰ্মচাৰী, অধিবক্তাসহ মুঠ ৪৬জন আক্ৰান্ত হৈছে। যোৱাকালিৰ দিনটোত ৫৩৮ জনৰ দেহত নতুনকৈ কোভিড।
ডিব্ৰুগড় জিলা ও সত্ৰ নায়াধীশ আদালতৰ দণ্ডাধীশ, কৰ্মচাৰী, অধিবক্তাসহ মুঠ ৪৬জন আক্ৰান্ত হৈছে। যোৱাকালিৰ দিনটোত ৫৩৮ জনৰ দেহত নতুনকৈ কোভিড।
0 Comments