টি-২০ বিশ্বকাপৰ খেলুৱৈৰ সম্পূৰ্ণ তালিকা, কোন কোন খেলুৱৈয়ে পালে স্থান? এইবাৰৰ টি–২০ বিশ্বকাপত দুটাকৈ নতুন দল


Odd অসম: অহা ১৭ অক্টোবৰৰ পৰা ইউ এ ই আৰু ওমানত আৰম্ভ হ'ব টি-২০ ক্ৰিকেটৰ বিশ্বকাপৰ মহাৰণ। সৰ্বমুঠ ১৬টা দলে অংশ ল'ব লগা ক্ৰিকেটৰ মহাৰণখনলৈ এতিয়া অধিৰ আগ্ৰহেৰে বাট চাই আছে বিশ্বৰ ক্ৰিকেটপ্ৰেমীসকলে। বিশ্ব ক্ৰিকেটৰ অন্যতম বৃহৎ প্ৰতিযোগিতাখনত এইবাৰ অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে নৱাগত ওমান আৰু পাপুৱা নিউগিনিয়ে। ইতিমধ্যে প্ৰতিটো দলেই নিজা নিজা খেলুৱৈৰ তালিকা আই চি চি কৰ্তৃপক্ষক জমা দিছে। কোনটো দলত কোনকেইজন খেলুৱৈয়ে স্থান লাভ কৰিছে এবাৰ জানো আহক।


(১) ভাৰত:

বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (উপ-অধিনায়ক), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকিপাৰ), ঈশান কিষাণ (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰাহুল চাহাৰ, আৰ অশ্বিন, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামী।


সংৰক্ষিত খেলুৱৈ: শ্ৰেয়াছ আয়াৰ, দীপক চাহাৰ আৰু শাৰ্দুল ঠাকুৰ।

(২) ইংলেণ্ড:

ইয়ন মৰ্গান (অধিনায়ক), মঈন আলী, জ'নি বেয়াৰস্টো, ছেম বিলিংছ, জছ বাটলাৰ, ছেম কুৰান, ক্ৰিছ জৰ্ডান, লিয়াম লিভিংষ্টোন, ডেৱিড মালান, টাইমল মিলছ, আদিল ৰছিদ, জেচন ৰয়, ডেভিড ৱিলি, ক্ৰিছ ৱ'ক্স, মাৰ্ক উড।

সংৰক্ষিত খেলুৱৈ- টম কুৰান, লিয়াম ডাউচন, জেমছ ভিন্স।


(৩) অষ্ট্ৰেলিয়া:

এৰন ফিঞ্চ (অধিনায়ক), এষ্টন এগাৰ, পেট কামিন্স (উপ-অধিনায়ক), জ'চ হেজলউড, জছ ইংলিছ, মিচেল মাৰ্শ, গ্লেন মেক্সৱেল, কেন ৰিচাৰ্ডচন, ষ্টিভ স্মিথ, মিটচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্টইনিছ, মিচেল শ্বেম্পচন, মেথিউ ৱেড, ডেভিদ ৱাৰ্ণাৰ আৰু এডাম জাম্পা।

সংৰক্ষিত খেলুৱৈ: ডেনিয়েল ক্ৰিষ্টিয়ান, নাথান এলিছ আৰু ডেনিয়েল চামছ।

(৪) নিউজিলেণ্ড:

কেন উইলিয়ামছন (অধিনায়ক),টেড এছলে, ট্ৰেণ্ট ব'ল্ট, ডোৱেন কনৱে,মাৰ্টিন গাপ্টিল, গ্লেন ফিলিপছ, টিম শ্বেফাৰ্ট (উইকেট কিপাৰ), মাৰ্ক চেম্পমেন, ডাৰেল মিচেল, জিমি নিছাম, মিচেল চেণ্টনাৰ, ইছ সোধি, কাইলি জেমিচন, লোকি ফাৰ্গুচান, টিম চাউদি।

সংৰক্ষিত খেলুৱৈ : এডাম মিলনে।

(৫) দক্ষিণ আফ্ৰিকা:

টেম্বা বাভুমা (অধিনায়ক), কেশৱ মহাৰাজ, কুইন্টন ডিক'ক (উইকেট কিপাৰ), হেনৰিক ক্লাসেন, বিজৰন ফৰ্টুইন, ৰিজা হেণ্ড্ৰিক্স, এলেন মাৰ্ক্ৰাম, ডেভিড মিলাৰ, লুঙ্গি এংগিডি, এনৰিক ন'খিয়া, ডোৱেন প্ৰেটোৰাছ, কাগিচো ৰাবাডা, টাবৰেজ চামচি, ভান ডাৰ ডুছেন।

সংৰক্ষিত খেলুৱৈ: জৰ্জ লিণ্ডে, এণ্ডিল ফেলুকৱায়ো, লিজাদ উইলিয়ামছ।

(৬) ৱেষ্ট ইণ্ডিজ:

কাইৰন প'লাৰ্ড (কেপ্টেইন), লেণ্ডল চিমন্স, এৰ্ভিন লুইছ, ক্ৰিছ গেইল, চিমৰন হেটমেয়াৰ, নিকোলাছ পুৰন, আন্দ্ৰে ৰাছেল, ডোৱেন ব্ৰাভো, হেডেন ৱালছ, ফেবিয়ান এলেন, শ্বেলডন কাট্ৰেল, আন্দ্ৰে ফ্লেচাৰ আৰু কেভিন ছিনক্লেয়াৰ,ওচিন থমাছ ,মেকই,ৰবি ৰামপল।

সংৰক্ষিত খেলুৱৈ:জেচন হোল্ডাৰ,আকিল হোছেইন,শ্বেলডন কাট্ৰেল।

(৭) পাকিস্তান:

বাবৰ আজম (অধিনায়ক), শাদাব খান (উপ-অধিনায়ক), ইমাদ ৱাছিম, মহম্মদ ৰিজৱান (উইকেট কিপাৰ), খুছদিল শ্বাহ, মহম্মদ ৱাছিম জুনিয়ৰ, আচিফ আলী, মহম্মদ হাফিজ, শ্বাহিন আফ্ৰিদি, আজম খান, মহম্মদ হাসনাইন, ছোহেব মকছুদ, হাৰিছ ৰউফ, মহম্মদ নৱাজ আৰু হাছান আলী।

সংৰক্ষিত খেলুৱৈ: ফখৰ জামান, শ্বাহনাৱাজ দাহানি আৰু উছমান কাদিৰ

(৮) আফগানিস্তান:

ৰশিদ খান, ৰহমানুল্লাহ (উইকেটকিপাৰ), হজৰতুল্লাহ জাজাই, উছমান ঘানি, আসগৰ আফগান, মহম্মদ নবী, নাজিবুল্লাহ জাদৰান, হাচমাতুল্লাহ শ্বাহিদী, মহম্মদ শ্বাহজাদ, মুজিব উৰ ৰহমান, কৰিম জানত, গুলবাদিন নাইব, নবীন উল হক, হামিদ হাছান, শৰাফুদ্দিন আশ্ৰাফ, দৌলত জাদৰণ, শপুৰ জাদৰণ আৰু আহমেদ আহমেদ।

সংৰক্ষিত খেলুৱৈ: আফজৰ জাজাই আৰু ফৰিদ আহমেদ মালিক।

(৯) বাংলাদেশ:

মাহমুদুল্লাহ (অধিনায়ক), মহম্মদ নাইম, সৌম্য সৰকাৰ, লিটন দাস,চাকিব আল হাছান, মুশফিকুৰ ৰহিম, আফিফ হোছেইন, নুৰুল হাছান,মেহেদী হাছান, নচুম আহমেদ, মুস্তাফিজুৰ ৰহমান, শোৰফুল ইছলাম, তাস্কিন আহমেদ, মহম্মদ চৈফুদ্দিন, ছামিম হোছেইন।

সংৰক্ষিত খেলুৱৈ: ৰুবেল হুছেইন, আমিনুল ইছলাম।

(১০) শ্ৰীলংকা:

দাসুন শনাকা (কেপ্টেইন), ধনঞ্জয় ডি'চিলভা, কুশল পেৰেৰা, দিনেশ চান্দিমাল, আবিষ্কা ফাৰ্নাণ্ডো, ভানুকা ৰাজপাক্ষে, চৰিত আহেলাকা, ৱানিন্দু হাছৰাঙ্গা, কামিন্দু মেণ্ডিছ, চামিকা কৰুণাৰতনে, নুৱান প্ৰদীপ, দুষ্মন্ত চামিৰা, প্ৰবীণ জয়বিক্ৰম, লাহিৰু মধুশানাকা আৰু মহেশ ঠিকচানা ।

সংৰক্ষিত খেলুৱৈঃ লাহিৰু কুমাৰা, বিনুৰা ফাৰ্নাণ্ডো, আকিলা ধনঞ্জয়া আৰু পুলিনা থাৰঙ্গা।

(১১) আয়াৰলেণ্ড:

এণ্ড্ৰিউ বালবাৰ্ণি (অধিনায়ক), মাৰ্ক এডাৰ, কুৰ্টিছ কেম্ফাৰ, গেৰেথ ডেলাইনি, জৰ্জ ডক্ৰেল, শ্বেন গেটকেট, গ্ৰাহাম কেনেডি, জছ লিটল, এণ্ড্ৰিউ মেকব্ৰাইন, বেৰী মেককাৰ্টি, কেভিন অ'ব্ৰাইন, নীল ৰক, চিমি সিং, পল ষ্টাৰলিং হেৰী টেকাৰ, বেন হোৱাইট আৰু ক্ৰেগ ইয়ং।

(১২) নামিবিয়া:

গেৰহাৰ্ড ইৰাচমছ (অধিনায়ক), ষ্টিফেন বাৰ্ড, কাৰ্ল ব্ৰিকেনষ্টক, মিচু ডুপ্ৰিজ, জৈন ফ্ৰীলিংক, জৈন গ্ৰীণ, নিকোল লফি-ইটান, বাৰ্ণাৰ্ড স্কোলটজ, বেন শিকংগো, জে জে স্মিথ, ৰুবেন ট্ৰাম্পেলমেন, মাইকেল ভান লিংগেন, ডেভিড ৱিজে, ক্ৰেগ উইলিয়ামছ, পিকি বা ফ্ৰান্স।সংৰক্ষিত খেলুৱৈ: মৰিচাছ চিক্ৰেট,নগোপিতা।

(১৩) নেডাৰলেণ্ড:

পিটাৰ চিলাৰ (অধিনায়ক), কলিন একৰমান, ফিলিপি বোইচভান, বেন কুপাৰ, বাছ ডিলিড, স্কট এৱাৰ্ডছ, ব্ৰেণ্ডন গ্লোভাৰ, ফ্ৰেড ক্লাসেন, ষ্টিফেন মেইবাৰ্গ, মেক অ'লাউড, ৰিয়ান টেন ডৱেচাটে, লোগান ভান বীক, টিম ভান ডাৰ গুটন,ভান ডাৰ মাৰ্ভ আৰু পাল ভান মিকেৰন।

সংৰক্ষিত খেলুৱৈ: এছ. স্নাটৰ আৰু ভিজে।

(১৪) ওমান:

জিশান মকছুদ (কেপ্টেইন), আকিব ইলিয়াছ, যতিন্দৰ সিং, খাৱাৰ আলী, মহম্মদ নাদিম, আয়ান খান, সুৰজ কুমাৰ, সন্দীপ গড, নেষ্টাৰ ধাম্বা, কালিমুল্লাহ, বিলাল খান, নাছিম খুশী, সুফিয়ান মাহমুদ, ফৈয়াজ বাট আৰু খুৰম খান।

(১৫) স্কটলেণ্ড:

কাইল কইটজাৰ (অধিনায়ক), ৰিচাৰ্ড বেইটন (উপ-অধিনায়ক), ডিলিন বজ, মেথিউ ক্ৰছ (ৱিকে), জছ ডেভি, ইলাষ্টাৰ ইভান্স, ক্ৰিছ গ্ৰীভছ, অলি হেৰেছ, মাইকেল লিস্ক, কেলাম মেকল'ড, জৰ্জ মুনছে, চাফায়ান শ্বৰীফ, ক্ৰিছ চোল, হামজা তাহিৰ, ক্ৰেগ ৱালেছ, মাৰ্ক ৱাট আৰু ব্ৰেড হুইল।

(১৬) পাপুয়া নিউগিনি:

আচাদ ৱালা (কেপ্টেইন), চাৰ্লছ আমিনি, লেগা চিকা, নৰমান ভানুয়া, নচাইনা পোকানা, কিপলিং ডোৰিজা, টনি উৰা, হিৰি হিৰি, গডি টোকা, চেজ বাউ, ডামিয়ান ৰাভু, কাবুৱা ৱাগি-মৰিয়া, চিমোন আতাই, জেচন ফৰ্ট, চাড চপাৰ আৰু জেক গাৰ্ডেনাৰ

Post a Comment

0 Comments