আজি ১৩ জানুৱাৰী ২০২২ৰ বাবে পেট্ৰ’ল–ডিজেলৰ নতুন দাম সকলো চহৰৰ বাবে জাৰি কৰা হৈছে। চৰকাৰী তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডে পেট্ৰ’ল–ডিজেলৰ দামত আজি কোনো সালসলনি কৰা নাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম (Petrol Price) ৯৫.৪১ টকা প্ৰতিলিটাৰ। আনহাতে, ডিজেল ৮৬.৬৭ টকা প্ৰতি লিটাৰত ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে দীপাৱলীৰ পিছৰে পৰা ইন্ধনৰ দাম সালসলনি কৰা হোৱা নাই।
দিল্লীত পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰত
– মুম্বাইত পেট্ৰ’ল ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতিলিটাৰত
চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতিলিটাৰত
– কলকাকাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল ৮৯.৭৯ টকা প্ৰতিলিটাৰত
– লক্ষ্ণৌত পেট্ৰ’ল ৯৫.২৮ টকা আৰু ডিজেল ৮৬.৮০ টকা প্ৰতিলিটাৰত
– গান্ধীনগৰত পেট্ৰ’ল ৯৫.৩৫ টকা আৰু ডিজেল ৮৯.৩৩ টকা প্ৰতিলিটাৰত
0 Comments