উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন, আৰু কেই মুহূৰ্তমান পিছতে আত্মসমৰ্পণ কৰিব উদ্ধব কুমাৰ ভড়ালীয়ে!


ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। 

  উদ্ভৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত! গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন। পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল। ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালতৰ এই সিদ্ধান্ত। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। আজি আৰু কেই মুহুৰ্তমান পিছতে আত্মসমৰ্পণ কৰিব উদ্ধৱ কুমাৰ ভড়ালীয়ে।

Post a Comment

0 Comments